এশিৰদেৱ আৰু মাধৱদেৱ ১৮১ । আতৈৰে সৈতে একেলগে ভোজন নকৰা দেখি হাজাৰাই সকলো বৃত্তান্ত শুনি তেৱো গৈ মাধৱদেৱক প্ৰাৰ্থনা কৰি শৰণ ললেগৈ। ইয়াৰ পিছত ৰাঘৰৰপৰা বিষ্ণু আহিলত তেওঁৰে সৈতে জাতৃসকলে একে লগে বহি নোখোৱা দেখি তেওঁ আচৰিত মানি ভ্ৰাতৃসকলক তাৰ কাৰণ শুথি জানি পাৰি তেৱে। পিছদিনা মাধৱদেৱৰ ওচৰলৈ গৈ ভক্তিভাৱে শৰণ প্ৰাধী হল। নাৱেৰে তেওঁ সুন্দৰীলৈ আহোঁতে, খোনদীৰ পাৰত ভাত পানী ৰাৰি খাওঁতে শ্ৰীৰাম আতাও তাতে উপস্থিত হলগৈ। বিষ্ণুৱে ভাত খাই উঠি নৈত মুখ ধোৱা দেখি শ্ৰীৰামে তেওঁক অনাচাৰ কৰিছে বুলি কলত, বিৰে শ্ৰীৰামক কৰপৰা আহিল বুলি তবি জানিৰ পাৰি, তেওঁকে৷ মাধৱদেৱৰ ওচৰলৈ লৈ বাৰলৈ কলত এনে বিষ্ণুক লগত লৈ গৈ গুৰুৰনৰ ওচৰত উপস্থিত কৰি দিলে। বিষ্ণু প্ৰাৰ্থনা আৰু নাৰায়ণ ঠাকুৰৰ অনু ৰোধত মাধৱদেৱে ৰিকুক শৰণ লগাই ধৰ্ষক দিলে। ববি আতাই মাজে মাজে গুৰুজনৰ খবৰাখবৰ লবলৈ আহি থাকে। তেওঁৰ পুতেক যদুমণিয়েও বাপেকৰ লগত এবাৰ আহি গুৰক সেৱা কৰিলে। বৰবিষ্ণু আতাই পুতেকক মাধৱদেৱৰ পৰিচৰ্যা কৰি থাকিবলৈ নিযুক্ত কৰি হৈ গল। প্ৰতি মাহে ৰৰ বিষ্ণুৱে একোৰাৰকৈ মাধৱদেৱৰ ওচৰলৈ আহি গুৰুসেৱা কৰি যায়হি। এদিন তেওঁ আহোতে বাটত ৰাতি হলত, গোহালি ভঙ্গা নামেৰে বুঢ়া এজনৰ ঘৰত ৰলত, বুঢ়াই তেওঁক আদৰ কৰি ৰাখিলে। অলপমান বেলিৰ পিছতে ৰবিষ্ণু আতাই বুঢ়াক গুৰুজন মাধৱদেৱৰ বাতৰি শুধিলত বুঢ়াই “কিছুদিন গুৰুৰ ওচৰলৈ যোৱা নাই, কব নোৱাৰে।” বুলি কলত, আতাই মহা খেদ কৰি, “গুৰুৰ বাতৰি কব নোৱাৰ লোকৰ বত নাথাকে৷” বুলি জোৰ এটা লগাই লৈ তেতিয়াই তাৰপৰা গুচি আহিল। ৰাতিঅনেক হোৱাৰ পিছততেওঁ ওলোৱাহি দেখি তেওঁৰ মুখে ঘটনাটোৰ কথা শুনি মাধৱদেৱে সন্তোষ পাই তেওঁক খুৱাইৰুৱাই ৰাখিলে। এদিন মাধৱদেৱে শ্ৰীৰামক কলে কথা-সুখত বহিবৰ মোৰ মন হৈছে, বৰিলৰ পাৰত ঠাই প্ৰতত কৰ।” গুৰুৰ আজ্ঞাত এৰাৰে আন প্ৰত কৰিলত সেৱকসকলেৰে সৈতে তেওঁ তাত বহি সাত দিন সাত ৰাতি কৃষ্ণ বশি প্ৰকাশ কৰি আছিল। সকলো সেৱকে অমৃতৰ ধাৰৰ নিচিনা গুৰুৰ মুখৰ বচন শুনি পৰৰ প্ৰেমত পৰি ৰৈছিল। 13