অষ্টাদশ অধ্যায় স্বধৰ্ম আৰু গুৰুৰ অৰ্থে প্ৰাণবিসৰ্জন কৰোতাসকল বাঘণসকলে শঙ্কৰদেৱৰ ওচৰত তৰ্কত হাৰি লাজ পাই ভোটা হৈ গৈ, আন প্ৰকাৰ কটু বুদ্ধিৰ আশ্ৰয় লৈ তেওঁৰ ওপৰত জয়লাভ কৰিবলৈ থিৰ কৰিলে। তেওঁলোকে আলচ কৰি শঙ্কৰৰ নাম ৰজাৰ আগত মিছা গোচ দিবলৈ বেহাৰলৈ গল। বিলৰ পানীত পেলোৱাৰ পিছত মাটি খহি যোৱ এখন কালীৰ প্ৰতিমাৰ চোহোজা-জুমুধিটো বিলৰপৰা তুলি লৈ গৈ তেওঁ- লোকে ৰজাক দেখুৱাই গোচৰ দিলে যে “মহাৰাজ শঙ্কৰৰ কাৰ্য্য চাওক। শৱৰে অনাচাৰ কৰি আপোনাৰ ৰাজ্য তল নিয়ালে। তেওঁ বেদ নামানে, গীতা শাস্ত্ৰ নেমানে, তুলসীৰ গোন্ধ নয়, তাৰ নাম নুশুনে, যাগ যজ্ঞ পিত শ্ৰাদ্ধ সকলোকে নিষেধ কৰিলে, আৰু তেওঁৰ কথা শুনি সকলো লোকে সেইবোৰ কৰিবলৈ এৰিলে।” এইকথা শুনি নৰনাৰায়ণ ৰজাই ব্ৰাহ্মণ- সকলক কলে যে মই শক ভালকৈ জানো; তোমালোকে যদি এইবোৰ অভিযোগ প্ৰমাণ কৰিব নোৱাৰ তেন্তে পিছত তাৰ ফল পাবা।" _ণি- সকলে আকৌ উৰ্দ্ধবাহু হৈ কলে, “মহাৰাজ, শৱৰে ধৰ্ম্মৰ বিৰোধী ধৰ্ম প্ৰচাৰ কৰিছে; তেওঁ শাস্ত্ৰ নামানে, তেওঁৰ কোনো আচাৰ বিচাৰ নাই; এক শৰণীয়া বুলি তেওঁ তেওঁৰ ধৰ্ম্ম বখানে, কিন্তু তাৰ ফলত সকলো লোক অষ্টাচাৰী হৈ পৰিছে। মহাৰাজ আপুনি যদি ইয়াৰ বিচাৰ নকৰে তেন্তে আপোনাৰ শ্ৰীযশ আয়ু নষ্ট হব।” এইদৰে টানকৈ নানা কথা শঙ্কৰৰ বিপক্ষে বাহ্মণসকলে কৈ ৰজাক উগালত, ৰাৰ বৰ খং উঠি, তেতিয়াই ৰজাই মন্ত্ৰীক কলে, “চোৱাচোন, শঙ্কৰে"কেনেকৈ মোৰ ৰাজ্যত লোপ কৰিছে। শক মই নিশ্চয় বিনাশ কৰিম। শৰৰ ছালেৰে ডাষায় ছোৱাৰ আৰু হাড়েৰে ডামামা বজোৱাম, মঙহ হোল কুকুৰ খুৱাম। ময়ী তুমি এতিয়াই পঠিয়াই শঙ্কক ধৰাই অনোৱ, কন্তেকো বিলৰ নকৰিব