১১৮ এশষে আৰু মাধৱদেৱ এই কথা শুনি মাধৱদেৱে ৰাময়ক লগত লৈ এখন গাৱত সোনালগৈ। গাৱত সোমানেই তেওঁ সেই গাৱৰ কি নাম, আৰু তাৰ কোন ঠাকুৰীয়া ইত্যাদি শুধি জানিলে যে, গাওঁখনৰ নাম ঠাকুৰীয়া, আৰু সি চিলাৰাই ৰজাৰ মহল। এই কথা শুনি মাধৱে কাৰ্য সিদ্ধি হব ভাবি, ঠাকুৰীয়াক ডবিয়াই কলে, “ৰজাৰ শহুৰেক আহিছে, তই দেখোন একো যোগান ধৰা নাই, একো খৰৰ কৰা নাই? "এই কথা শুনি ঠাকুৰীয়াই ভয় খাই লৰালৰিকৈ চাউল-সিধা আদি দ্ৰব্যবস্তু যোগাই দিলে। পিছদিনা তিনিপৰীয়া বেলিকা শৰদেৱমাধৱদেৱ ভকত সকলেৰে সৈতে পাটবাউসী ধান পালেহি। তেওঁলোকক দেখি সকলোৰে আনৰ পাৰ নোহাৱা হল। শঙ্কৰদেৱৰ পীয়ে লৰালৰিকৈ পানী আনি স্বামীৰ পদ প্ৰক্ষালন কৰি দিলে; ঠাকুৰ- সকলে পিতৃৰ চৰণত পৰি প্ৰণাম কৰিলে; মাধৱদেৱেও গুৰুপত্নীৰ চৰণত পৰি সেৱা কৰিলে। গুৰুপত্নীয়ে মাধৱক আশীৰ্বাদ কৰি ধন্য ধন্য বুলি প্ৰশংসা কৰি কলে “বাপু, তোমাৰ কৃপাত মই স্বামীগুৰুক আকৌ পালোঁ; মই এইখিনি কালত মৰি আছিলোঁ, আজিহে তোমাৰ কৃপাত মই জীৱ পালোঁ।” ইয়াৰ পিছত মাধৱদেৱে শ্ৰীৰাম আৰু নাৰায়ণদাস আতাৰে সৈতে নিজৰ ঠাই গণককুচিলৈ গল, আৰু নাৰায়ণ ঠাকুৰে মাধৱক ঘৰত থৈ তেওঁৰ নিজৰ গৃহলৈ গল। শৰদেৱ পাটবাডলী পালত হৰিদেৱ দামোদৰদেৱ আদি আহিতেওঁক তীৰ্থ সকলো কথাবাৰ্তা শুধি শুনি পৰম আনন্দ লাভ কৰিলে। চিলাৰ ব্ৰাহ্মণসকল তেওঁৰ ওচৰলৈ আহিল; শঙ্কৰদেৱে যত যি হৈছিল ব্ৰাহ্মণসকলৰ আগত সকলে লাহে লাহে বিবৃত্তি কৰি শেহত কলে যে “সতীৰ্থশিৰোমণি মা সাৰ। নামৰ কিৰ তীৰ্থ যজ্ঞ ৰচাৰ। নিয়া ব্ৰাহ্মণ নাম-
- কৰিয়ে। নাম প্ৰসাদে তোৰ বৈকুণ্ঠে চলিয়ো॥এই কথা
তনি ক্ষণসকলে শাৰ শ্লোক মাতি বিচাৰ কৰি নানাপ্ৰকাৰ অৰ্থ ব্যাখ্যা কৰিবলৈ ধৰিলত, শলেৰে সেই শ্লেকিবোৰৰ ভিন্ন ভিন্ন আচল অৰ্থ কৰি মিসকলক বুকাই দিলে; তেতিয়া ৰাণৰলে আৰু মাতিব নোৱাৰা হৈ ৰ পাই উঠি মাৰি গল।