পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নামােবা { খােবা ৮০ ভকতৰ বশ্য দুইবাৰ শঙ্কায় এ কোনাে মােক তুমি দাস পৰিহৰ হৰি। ইটো শঙ্কা হৰি দূৰতে তেজিয়া এ লৈয়ােক তােমাৰ ভূতৰ অধীন কৰি ৮০৬ তােমাৰ নামৰ মহিমা দেখিয়া এ আন যত কাম দূৰতে তেজিয়া থৈলল। ত্যু পদ-সেৱাৰসক আশায় এ তােমাৰ একান্ত ভৃত্যৰ কিঙ্কৰ ভৈলাে॥ ৮০৭ সহজ-কৃপালু-গুণক প্রকাশি এ ধৰি আছা হৰি ভকত-বৎসল নাম। ধেনু যেনমতে বৎসক পায় এ তুমি সেহিমতে ভকতক পালা ৰাম ॥ ৮৫৮ আমি যত জীৱ ভােমাৰ পালন হৰি হৰি হৰি হৰি এ তুমিশে পালিয়া ফুৰা হুয়া অন্তর্যামী। আৰে যেৱে নিজ ভূত বুলি পালা হৰি হৰি হৰি হৰি এ তেৱেসে কৃপাল কৃতকৃত্য হলে আমি। ৮০৯ ৭. নাম। ৯। যেৱে•••••••••পালা—নি জা কৈয়ে লৈলে হৰি।