পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


v8 যে ৮০৫ ] কাকুতি মােক নিজ দাস কৰি লৈলে হৰি এ কহিয়ে কৃপাল তােহ্মাৰ কি হয়. হানি ॥ ৮০১ পৰম কৃপালু হুয়া যদুপতি এ কিনাে অপৰাধে মােক ভৃত্য পৰিহৰা। শাস্ত্ৰতত প্রসিদ্ধ অজ্ঞানতা হৰি এ যিটো নাম লৱে তাকে মােৰ বুলি ধৰা । ৮০২ জ্ঞান-শূন্য আতি পশুপক্ষী জাতি এ তাকে অক্ষুগ্ৰহ কৰি আছা কৃপাময়। আকে জানি হৰি শৰণে পশিললা আমাক তােহ্মাৰ তেজিতে, উচিত নয়। ৮০৩ তােমাৰেসে নিজ ভৃত্য ভৈলা হৰি এ কৃপাৰ সাগৰ তুমি মােৰ নিজ স্বামী। মঞি অনাথক নবঞ্চিবা হৰি এ ভযু সেৱাৰ আশা কৰিয়াছে আমি। ৮০৪ বেদৰ গুপুত বিত্ত নাৰায়ণ এ দেৱকীত হন্তে সাক্ষাতে ভৈল বিদিত। জীৱৰ তৰণ-হেতু নাৰায়ণ এ প্ৰচাৰিলা নিজ যশ-ধর্ম বিপৰীত ৮৫ পা’ ৮০৫। দেয়কী হতে—সেৱীত।