পৃষ্ঠা:Kirtan Ghosha.pdf/৮৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪২ নাম-ঘোষ [ ঘােয্য ৭৬০ মাধৱ মুকুন্দ মুৰাৰি কি গতি হৈব হামাৰ মায়াৰ ৰচনা আশা-নদী মাজে। মজিয়া নপাইলো পাৰ । ৭৬০ মহিমা ৰামৰ নামেসে অমিয় বুৰে ভকত-জন-মনােৰথ পূৰে। ৭৬১ ভাল ভাসা পায় আছি হৰি কৰুণাময় ৰাম কৃষ্ণ কৃপাৰ ঠাকুৰ। ৰাম বুলিতে পাপী তৰে হৰি কৰুণাময় সকল আপদ হােৱে দূৰ ৭৬২ ভকতসৱে ৰামনাম গাৱে । কাগমায়া ভুৰে ভৰতাৰে ॥ ৭৬৩ জয় জগজীৱ মােৰে প্রাণ মােৰে প্ৰাণধন বান্ধৱ মুৰাৰি। এৱণে আনন্দে শুনিছে গােৱিন্দ তুমি দীন-দুখ-হাৰী ॥ ৭৬৪ মােৰ জীৱ-ধন পােপীনাথ প্রাণ গােপীনাথ পশিসল শৰণে । মােৰ প্ৰাণ মন মজিয়া হােক তােমাৰ চৰণে। ৭৬৫