এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধনত এটা সমস্যা হৈছে
ঘোষা ৬৮৩
৮২৯
পৰম-পুৰুষাৰ্থ
কৃপা-ৰসে তুষ্ট হুয়া চিত্ত লােকৰ হিতক চিন্তি নিত নিজ গুণে তুষ্ট দুয়াে অহঙ্কাৰে হীন।৷ ৬৮১
খেদ
কত মহাদুখে পুণ্য কৰি অপৱৰ্গ-যােগ্য নৰ-তনু পায়া পৃথিৱীত বিষয়ত মজি ৰৈল। ইটো খেদ হৰি-সেৱা তেজি আপুনাক আত্মঘাত কৰি সিটো মহাপাপী আপুনি বঞ্চিত ভৈল।৷ ৬৮২
পৰম-পুৰুষার্থ
একান্ত ভকত যাৰা হয় কিছু অর্থ তাৰা নবাঞ্ছয় মহা অদভুত হৰি-গুণ-নামময়। পৰম মঙ্গল কৃষ্ণ-যশ যাত পৰে আন নাহি ৰস পৰম আনন্দ-সমুদ্রে মুজি ৰহয়।৷ ৬৮৩
২। সঙ্গে রায় পুণেৰ মত ভুৱি। পর এ বিষয়ে ভিজতে। weএনে য ন শিনা (?) েিব কৈ গুগল। -বিকা সুনজং