পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


mo নানাে ছুদ ৷ বোবা শৰণ যাদৱ যদু-নন্দন, মাধৱ মধুসূদন। তুমি নিত্য নিৰঞ্জন নাৰায়ণ তােহ্মাত লৈলাে শৰণ। ইবাৰ কৰুণাময় হৰি কমলাপতি মােৰে নছাড়িবা নাৰায়ণ। ণ বিণ-তলে হৰি কমলাপতি সত্যে সত্যে পশিললা শৰণ ৬৮৪ হৰিণত শৰণ লৈলাে এ হৰি নাৰায়ণ। মানৱী জনম সাফল কৈলাে এ হৰি নাৰায়ণ। গােপাল গােৱিন্দ যদুনন্দন। কৃষ্ণৰ চৰণে লৈলো শৰণ ॥ ৬৮৬ ৰাঘৱৰ অভয় দণে। সত্যে সত্যে পশিলল শৰণে ॥ ৬৮৭ ৰামৰ চৰণে শৰণ লৈলাে। মানৱী জনম সাফল কৈলাে৬৮৮ হৰি ও হৰি চৰণে লাগে। অভয় চৰণে শৰণ মাগাে ৬৮৯ ৰাম ৰঘুপতি ৰঘুনন্দন । তােমাৰ চৰণে লৈলাে শৰণ। ৬৯ তােকজো।(নাই।)