এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
mo
নানাে
ছুদ ৷ বোবা
শৰণ
যাদৱ যদু-নন্দন, মাধৱ মধুসূদন।
তুমি নিত্য নিৰঞ্জন নাৰায়ণ তােহ্মাত লৈলাে শৰণ।
ইবাৰ কৰুণাময়
হৰি কমলাপতি
মােৰে নছাড়িবা নাৰায়ণ।
ণ বিণ-তলে
হৰি কমলাপতি
সত্যে সত্যে পশিললা শৰণ ৬৮৪
হৰিণত শৰণ লৈলাে এ হৰি নাৰায়ণ।
মানৱী জনম সাফল কৈলাে এ হৰি নাৰায়ণ।
গােপাল গােৱিন্দ যদুনন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ ॥ ৬৮৬
ৰাঘৱৰ অভয় দণে।
সত্যে সত্যে পশিলল শৰণে ॥ ৬৮৭
ৰামৰ চৰণে শৰণ লৈলাে।
মানৱী জনম সাফল কৈলাে৬৮৮
হৰি ও হৰি চৰণে লাগে।
অভয় চৰণে শৰণ মাগাে ৬৮৯
ৰাম ৰঘুপতি ৰঘুনন্দন ।
তােমাৰ চৰণে লৈলাে শৰণ। ৬৯
তােকজো।(নাই।)