পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তাৎপর্য তাৎপর্য চাৰিও বেদৰ চাৰি অক্ষম . . সাৰ কাঢ়ি আনি ব্রহ্মাদেৱে বেকত কৰিয়া থৈলা নাৰায়ণ-বাণী। সেহি নাৰায়ণ-নাম গায়া শুদ্ধ কৰাে আমি চিত্ত-কায়া হৰি-সন্তোষৰ কাৰণ আন নজানি৷ ৬৬৫ একেখানি মাত্র শাস্ত্র নিষ্ঠ দেৱকী-নন্দনে কৈলা যাক দেৱে একে মাত্র দেৱকী-দেৱীৰ সুত। দেৱকী-পুত্ৰৰ পদ-সেৱা কৰ্ম্মো একে এহিমানে মাত্র মন্ত্রেী একে তান নামমাত্র অদভুত। ৬৬৬ কৃষ্ণ-যশে চিত্ত-ধৌত হুয়া সমস্তে ক্লেশক তৰি পু কৃষ্ণ-লাসে কৃষ্ণ-চৰণ-মূল নেড়য় । সকলে সম্পূর্ণ নিজ গৃহ পথিকসকলে পায়া পুর্ন দুখ এড়াই যেন সিটো গৃহ নছাড়য়৷ ৬৬৭ ৬৬৫। চতুং দোনাং হৃদয়মিদমাক্ষ্য ৱিধিনা চতুতির ৎৈ কুটমঘাটি নাৰায়ণপদ। উদেৱং গায়লে বয়মি চাত্মানং পুনমে জানীমো ন হৰিতােৰণীয় কিমপি।—কাশীখ পাঠাৰ দেৱং—তদে। চান—চিবাঝামধুন। হৰিতােষণায়~- হৰিপৰিতােষায়। একং শাং দেৱীপুত্ৰগীতম একো সেৱে দেৱকাপুত্র এয়। কমাপেকং তস্ক দেৱ সেৱা মহিপাক তন্তু দেৱ নাম। (কি-ৰত্নাকৰ ৫,৩১) ৬৬৭। ধৌতাত্মা পুরুষঃ পাদমূলংন মুঞ্চতি। মুনৱ পৰিক্লেশঃ পান্থ শৰণং যথা-াগৱত-পুৰাণ ২.৮৬