পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নাম-ধোবা [গোৰা,৬৬৮, সকলে উপনিষদ থে .দেখা ভৈলা তানে নন্দ-সুত তাৰ বৎ ভৈলা কুন্তী-সুত ধনঞ্জয়। দুগ্ধ ভৈল মহা গীতামৃত কৃষ্ণৰ সপে দিয়া চিত্ত সুবুদ্ধিসকলে সন্তোষে পান কৰয় ৬৬৮ বস্তু-প্ৰাণ আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলেক মাত্ৰ হৰি-নাম দেৱসৱে গুপ্ত কৰিলে কৰি কপট। হেন হৰিনাম ব্যক্ত কৰি সমস্তে লোক উদ্ধাৰিলা শ্ৰীমন্ত শঙ্কৰে ভাঙ্গিলা সৱাৰে পট। ৬৬৯ নোহহা জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহো আতি নোহো ধৰ্ম্ম-শীল দান-ব্ৰত-তীৰ্থ-গামী। কিন্তু পূৰ্ণানন্দ-সমুদ্ৰৰ গোপী-ভৰ্তা-পদ-কমলৰ দাসৰ দাস তন দাস ভৈলো আমি। ৬৭০ ৬৮। সৱেপনিষদে পাৱো দোগ্ধ। গোপালনক্ষন। পাৰ্থো ৎসঃ সুধীৰ্ভোক্তা দু: গীতামৃতং মহৎ। --ৱৈৱীম-অনুসাৰ (গীতা-মাহাত্ম্য। ৬৭। নাহ ব্ৰিপ্লে ন চ নৰপতিৰপি ৱৈশ্যে ন শুত্ৰো নোৱা ৰণী ন গৃহপঠিনেনা যতিন্ত্ৰ। কিন্তু প্লেক্সিখিপৰমালপুৰ্ণাঙ্গন্ধে- গোপীগঃ পদকমলয়োদাসানুদাস। -অজ্ঞাত ৰচক (সাৰ্বভৌমানং'- পৱী দেশাদিত) পা ৬৭। তীৰ্থগামী—অনুগামী।