পৃষ্ঠা:Kirtan Ghosha.pdf/৮৪১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাগে [ খোকা ৬৬২ মধুৰিপু ৰাম ৰঘুপতি তুমি ভকতৰ নিজ গতি তােমাৰ চৰণে শৰণ কৰিলাে সাৰ। নমাে দেৱ দীন-দুখ-হাৰী দায়াশীল দামােদৰ প্রভু আমি দুখিতক চমণে কৰা উদ্ধাৰ ৷৷ ৬৬২ হে কৃষ্ণ তযু পদ-পদ্ম পঞ্জৰ ভিতৰে মােৰ মন- ৰাজহংস পশি থাকোক প্রভু সৰ্বথা। এ-প্রয়াণৰ সময়ত কফ বাত পিত্ত আদি যত কণ্ঠ-নিৰােধনে তােমাৰ স্মৰণ কথা ॥ ৬৬৩ হে কৃষ্ণ পুত্ৰ-পত্নী-সঙ্গ তেজি তযু পদ চিস্তি নিত গর্ব-শূন্য সন্তসৱৰ আশ্রমে যাইবে। গসখা মুখ-পদ্মে বাঙ্গ হুইবে তযু কথামৃত-নদী তাতে মগ্ন হুয়া দেহাৰ হাত এড়াইবাে॥ ৬৬৪ 6061 কফ প্রদীয়পদপজপৰান্তে অদ্ভৈৱ মে ৱিশতু মানসৰাজহংসঃ। আশপ্রয়াসময়ে কফপিকৈ কণ্ঠাৱৰােধনৱিদৌ স্মৰণঃ কুতন্তে। —পণ্ডিৱী-গীতা ১। মুঞ্চম তদসমনিশং বামেৱ সকিন্তু সন্তু সস্তি যতো যতো গতমান্তানামালাম। নিত্যং তমুখপজাঘিগলিতৎপুণ্যগাথামৃত- স্রোতসংগৱসংপুতে নৰহৰে । মই দেহ। ধৰস্বামী, ভাল্পতল্পার্থদীপিক.১০.৮৩৫ মােৰ মন—ম সল। পশি—পক্ষি। কণ্ঠস্মৰণ কঠ অাৰােখন হেমা ই।