পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যােব ৬৪] মহিমা পুণ্যমানে হােৱে অভ্যন্তৰ আম ম ৰাম ৰাম ৰাম ম বুলি আতি কপাট মায় টানে। ৬৩৭

কৃষ্ণ প্রিয়তম আত্মা নিজ ৰাম ৰাম ৰাম ৰাম ৰাম যাত হন্তে অণুমাত্রকে ভয় মুশুনি। আক যিটো জানে সেহির্জন ৰাম ৰাম ৰাম ৰাম ৰাম বিদ্যাৱস্ত গুৰু সেহিসে হৰি আপুনি॥ ৬৩৮ অনন্ত-শকতি তুমি ৰাম লক্ষ্মণ মুগ্ৰীৱ বিভীষণ হসুমন্ত আদি মহা মহা বীগণে। আনি তরু লতা পর্বত কতেক যােন সমুদ্রক সেতু বান্ধি পাৰ ভৈলাহা মহা যতনে। ৬০৯ হে প্রাণ-প্রভু ৰঘুপতি ৰাম ৰাম ৰাম ৰাম ৰাম তােমাত কৰিয়া তযু গুণ-নাম চাৰ। বিনা সেতুবন্ধ কৰি নৰে ৰাম ৰাম ৰাম ৰাম ৰাম অপাৰ সংসাৰ-সমুজৰ হােৱে পাৰ। ৬৪ ৬৭। শিন্দোচাৰণেনৈৱ মুখাগ্নির্ধাতি পাতক। পুণ্যং প্রৱিষ্টং আরতি মাৰ কপাটক। WV 11 ক. বিয়তমা তো ন মপি। ইতি ৱে স ৱৈ ৱিন্ধান যে ৱিাৰ স গুলি। ৬৪। নাম ফতোধিকং নাম যদুৱৈ নৰৎ। নিপি সেতুনির্মাণমগাৰ গুৱসাগৰমু।