পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-ঘােখা [ ঘােষ ও কৃষ্ণ কৃষ্ণ কৃষ্ণ বুলি যিটো অন্তকালে নিজ প্রাণ তেজে আছৰ শবদে মূকুতি তা দিৱয়। আৰ আৰু কিবা দিবৰ বুলি আউৰ দুই পদে লজ্জা হুয়া ঋণী ভৈলাে বুলি নমাইয়া মাথা থাকয় ॥ ৬৪১ হে কৃষ্ণ তযু পদ-মূলে একান্ত শৰণ লৱে যিটো কোন লাভ ইটো এড়াইবা কালৰ ভয়। ত্যু ভকতৰ সঙ্গগােটে সৰ্ব্ব পুৰুষাৰ্থ-ৰাশি শিৰে চড়িয়া কৌতুকে অত্যন্ত নৃত্য কৰয় ৬৪২ পৰম দুর্বোধ আত্ম-তত্ত্ব তাৰ জ্ঞান-অর্থে হৰি যত লীলা-অৱতাৰ ধৰা তুমি কৃপাময়। তাহান চৰিত্ৰ-সুধা-সিন্ধু তাতে ক্রীড়া কৰি দীন-বন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সম কয় ॥ ৬৪৩ উৰুক্ৰম-পদ-ৰেণু সেৱি ছয় উর্মি জিনিলেক যিটো সিটো পুৰুষৰ জানিবা আশ্চর্য্য নাই। ৬৪১ কৃষ্ণ কৃষ্ণ কৃষ্ণ ইত্যান্তকালে জয় জন্তুজীৱিতং যাে হাতি। আশঃ করতে তন্ত্র মুক্ত ব্ৰীড়াস্ত্রেী তিতেহস্যাবৃন্থে । —শুৰৱিভাগ ? ৬৪২। পাদমূলে প্রৱিষ্ট কৃতাঞ্ছন্নতায়ঃ কিয়ায় লাঃ যক্রসঙ্গ এর সকলপুৰুষাৰ্থশ্রেণিপিসি নীর্তি। ৬৪৩। দুৰৱগমানিগমায় নতিমহামৃতৰূিপৰিৱত পৰিশ্ৰমঃ। ন পৰিলসক্তি কেচিলপৱৰ্শমী তে চৰসৰেং সকুলসঙ্গৱিষ্টগুহাঃ।