পৃষ্ঠা:Kirtan Ghosha.pdf/৮৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

br> 8 নামােব। [ মােখা ! সমস্ত আত্মা নাৰায়ণ আত্ম-সুখে ৰতি সর্বক্ষণ এহি হেতু হৰি সমস্ত প্রাণীতে সম। ভাঙ্ক যিটো ভজে সুখে তৰে নভঙ্গি সংসাৰে মজি মৰে কৃষ্ণক বিষম বােলয় কোন অধম। ৬৩৫ আত্ম-নিন্দা হৰিসে কেৱলে সঞ্চা মাত্র ৰাম ৰাম ৰাম ৰাম ৰাম তান্ত বিনে মিছা যত দেখি শুনি মানে। তাক যিটো মিছা কৰি আশা ৰাম ৰাম ৰাম ৰাম ৰাম দুৰাচাৰ মন মৰস কেনে অজ্ঞানে !! ৬৩৬ মহিমা ৰা শবদক উচ্চন্তে ৰাম ৰাম ৰাম ৰাম ৰাম মুথ হন্তে বাজ হুয়া পলায় পাপমানে। ন ব্রহ্মশঃ অপভেশক্তিস্তর স্থা সৱনঃ সমদৃশ: স্বখাতে। সংসেৱা সুৰন্তৰেৰিৱ হৈ প্রসাদ সেৱানুৰূপমুদয়ে ন বিপর্যয়ােল । হৰি সত্য নিত্য ভগৱন্তু নাৰি পুৰ্ব্বাপৰ আদি অঙ্ক তাহান চৰিত্ৰ পৰম আনন্দ বস। তাক এৰি মন দুবাশয় যতেক বিষয় বিষময় তাষ্ণ আশা এৰি সংসাৰ মজি মশ।