পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


নাম-মোয্য [ থোষ ৫৯১ শোক-মোহ-মহাপঞ্চ মাজে অৰ্জুন মগন ভৈলা দেখি পৰম ঈশ্বৰ দেৱকী-নন-নন্দন। কৃপায়ে ঈশ্বৰ-তত্ব কহি উদ্ধাৰিবা নিজ ভকতক হেন ঈশ্বৰৰ চৰণে গৈলো শৰণ॥ ৫৯১ সমৰ হে কৃষ্ণ ধনঞ্জয়-সখা বৃষ্ণি-কুল-শ্ৰেষ্ঠ দুষ্ট ৰাজা বংশৰ দহন অনন্ত-বীৰ্য গোৱিন্দ। গো-বিপ্ৰ-দেৱ-দুখ-হাৰী যোগেশ্বৰ সমস্তৰ গুৰু নমো ভগৱন্ত তযু পদ-অৰৱিন্দ॥ ৫৯২ সুবাসনা দুৰ্বাসনা দুই বন্ধৰ মোক্ষৰ মূল হেতু শুনা যেনমতে উপজয় পুৰুষত। সন্তৰ কৃপাত সুবাসনা। সুখে পুৰুষক পাৱে জানা হোৱে দুৰ্বাসনা সন্তৰ মন-কোপত। ৫৯৩ ৫৯১। কেপনি যঃ সংখ্যোলোপক্ষেশত। উজ্জহানং ভক্তং স কৃষ্ণ শৰণং মম। অধমী, (গীতা)সুৰোধিনী-টাকা, ২,৭২ ৫৯। কৃষ্ণ কৃষ্ণসখ বৃষ্ণাঙ্গাৱনিজবংশাহনপৱৰ্গৱীৰ্য। গোৱিন্দ গোবিনুৰ্তিহৱতাৰ যোগেমথিলগুলো গৱমন্তে। ৯৩। অশুভ চ শুভ চেতি মিয়া সা হেতুতে। অশু মহং কোপা ও মহানুহা। পা ৫৯১। মেক-দেৱতা। ঈ—ঈৰে। উবিউৰিলা। ২। হেন।