পৃষ্ঠা:Kirtan Ghosha.pdf/৮১৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘােষ ৫৯ ] ঈশৰ-নিৰ্ণয় নমাে নমাে নিত্য নিৰঞ্জন নাৰায়ণ শিৱ সনাতন অনাদি অনন্তু নিগুণ গুণ-নিয়ন্তা। পৰম পুরুষ ভগৱন্ত নাহি পূৰ্বাপৰ আদি অন্ত তুমিসে চৈতন্য সমস্তে ভৱ-ভাৱন্তা ॥ ৫৮৭ ব্রহ্মা মহাদেৱ লক্ষ্মী দেবী। কায়-বাক্য-মনে থিৰ কৰি পৰম আনন্দে বণ সেৱন্ত যাব। সদা জন্ম-মৃত্যু-হীন শ্ৰীমন্ত সুন্দৰ গুণনিধি বিষ্ণুত বিনাই কোন দেৱ আছে আৰ ৫৮৮ যাৰ পাদোদকে দেৱী গঙ্গা যাৰ বাকো হুয়া আছে বেদ পৰম পতিতো তৰয় যাহাৰ নামে। সৃষ্টি স্থিতি প্ৰলয়ৰ যিটো। পৰম কাৰণ নাৰায়ণ হেন ঈশ্বৰক, নভজয় কোন কামে ৫৮৯ অপাৰ সংসাৰ সিন্ধু আৰ বিষ্ণুসে পৰম পাৰ যত পাৰ আছে তাতে পৰম্পৰমাত্মা রূপে। তেন্তে তুমি জানা ব্ৰহ্ম-পাৰ পৰ-পাৰ-ভূত যত পাৰ তাসম্বাৰ পাৰ বিষ্ণুসে পাৰ স্বৰূপে ৫৯০ ৫৮। এক স দেৱে। ইহা পৰা পৰোং ন ততােস্তি চাঃ। স্রষ্টা স পাল সতু চাকত। বিষ্ণুঃ সমাখিলসাৰভূত। ৫৮৯। তু যৰ্থিক্ৰতি শ্ৰতিপুটে শমং পুনতি পাদাৱনজনক্সলঞ্চ চ শাস্ত্র। ভুকাভতিশাপি বদপিন্সস্পর্শেীথশক্তিৰৱৰ্ষতি নােহখিলাখ। ৫৯। পাৰ পৰা বিৰপাৰপাৰঃ পঃ পঃ পৰমান্সপী। স ব্ৰক্ষােৰ পৰপাৰস্তুতঃ পাৰ পাৰমপি পৰপাৰঃ।