পৃষ্ঠা:Kirtan Ghosha.pdf/৮২০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মােয্য ৫৭ ] উপদেশ . মহন্তৰ বাক্য যিটো কৰে তাক সুবাসনা অনুসৰে সন্তৰ কৃপাত ভজে গােৱিন্দৰ পারে। যিটো মহন্তক নিন্দা কৰে তাক দুর্বাসনা বেঢ়ি ধৰে কৃষ্ণক ভজিবে নপিৰয় মূঢ়ভাৱে। ৫৯৪ কৃষ্ণ-পদ-মাত্র সেৱা কৰে সমস্তে কামনা পৰিহৰুে বেদ-ব্যৱহাৰ কদাচিতাে নয়। কৃষ্ণ-পদ-সেৱা-সুখ-মনে কৰে অনুভ সর্বক্ষণে, ইহাক মহন্ত বুলিয় জানা নিশ্চয়। ৫৯৫ শুনিয়াে সজ্জন শাসাৰ সকলে সম্পত্তি জানা তাৰ হৰি-ভক্তি-সে সন্তোষ মন যাহাৰ । চৰ্মৰ নিৰ্ম্মিত পানৈজুড়ি চৰণ ঢাকিলে যিটোজনে যেন সৱে ভুমি চৰ্মাবৃত ভৈল তাৰ ॥ ৫৯৬ অস্তৰত এক ঈশ্বৰক দেখিয়ােক নানা বাহিত অন্তৰত বােধ বাহিৰত অড়-প্রায়। বুদ্ধিত সমন্তে তেজিয়ােক বাহিৰতে সঙ্গ দেখায়ােক এহিভাৱে ৰাম সােকত ফুৰা বেঢ়াই ॥ ৫৯৭ ৫৯৬ সৱ সম্পয় সন্তুষ্টং যস্য মানস। উপানগুঢ়স্ক ন চর্মতের । ৫৯৭। অঙ্কশেকে বহির্মানা হবোধে। হিজড়ঃ। অন্তত্যাগী বহিঃ সঙ্গী লোকে ৱিৰ ৰাঘৱ। পা” ৫১; লৈ তাৰলৈ যাব। ববঢ়াই-সদার।