পৃষ্ঠা:Kirtan Ghosha.pdf/৭৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যষ্ঠ খণ্ড প্ৰাদ-চৰিত্ৰ প্ৰখম কীৰ্তন ঘোষা। ৰাম ৰাৰি প্ৰভু ৰঘুনাথ। কৃষ্ণক প্ৰণামো দয়া মাধ।১। পদ॥ বোল শুকে শুনা পৰীক্ষিত। ভক্ত প্ৰহ্ৰাদৰ কহে চৰিত্ৰ। যুধিষ্ঠিৰ আগে নাৰদে কৈল। শুনিয়ো প্ৰাদৰ যেন ভৈল ১ ব্ৰহ্মাৰ মানস চাৰি নয়। ভ্ৰমন্তু আকাশে আনন্দময়। পাঞ্চ-বৰিষীয়া শিশু-সঙ্কাশ। নাহিকে বস্ত্ৰ সৰে দিগবাস॥ ২ আনন্দে লোকক চাহান্ত ফুৰি। দিনেক দেখিল বৈকুণ্ঠ-পুৰী। আতি আনন্দিত বিষ্ণুৰ স্থানে। সৱে চতুভুজ পুৰুষ মানে। ৩ |