এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
18
[ খণ্ড.
ইহেন জন্মক
গৃহতে থাকিয়া
কীৰ্ত্তনৰোবা,
দেৱৰৰ দুল্লভ
ব্যৰ্থ কৰা, কোন কামে।
হৰিক স্মৰিয়া
মোক্ষ সাধা হৰি-নামে॥ ৪১
কোটি এক ৰাজ-
সূয় অশ্বমেধ
যজ্ঞ আক নোহে সৰি।
হেন হৰিনাম
মৰে আত্মঘাত কৰি।
তথ্য , হেন জানি
আসনতে সুখে থাকি।
আপুনাকো তাৰা
হৰি হৰি বোলা .ডাকি॥৪২
নলৈয়া হেলাত
হেন বেদবাণী
পুৰুষ উদ্ধাৰা
অজামিলোপাখ্যান সমাপ্ত ৫