পৃষ্ঠা:Kirtan Ghosha.pdf/৭৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


18 [ খণ্ড. ইহেন জন্মক গৃহতে থাকিয়া কীৰ্ত্তনৰোবা, দেৱৰৰ দুল্লভ ব্যৰ্থ কৰা, কোন কামে। হৰিক স্মৰিয়া মোক্ষ সাধা হৰি-নামে॥ ৪১ কোটি এক ৰাজ- সূয় অশ্বমেধ যজ্ঞ আক নোহে সৰি। হেন হৰিনাম মৰে আত্মঘাত কৰি। তথ্য , হেন জানি আসনতে সুখে থাকি। আপুনাকো তাৰা হৰি হৰি বোলা .ডাকি॥৪২ নলৈয়া হেলাত হেন বেদবাণী পুৰুষ উদ্ধাৰা অজামিলোপাখ্যান সমাপ্ত ৫