পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


২৮ নাম-ঘোষা [বাে ১৮ হে কৃষ্ণ স্বামী। তবু পাৱে আমি কেৱল শৰণ গঞা। কৰা অনুগ্রহ মায়াৰ নিগ্রহ তেৱেসে প্রভু এবাাে । ১৮৪ হে যদুপতি মঞি মুঢ়-মতি নজানাে সেৱা তােহ্মাৰ। কেৱল তোমাৰ শৰণ কৰিলে সাৰ। ১৮৫ পুৰুষ-উত্তম পৰম-পুৰুষ পৰম-আনন্দ স্বামী। ত্যু পাদপদ্ম- মকৰন্দ আশে শৰণ পশিললা আমি । ১৮৬ প্রভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন-জনতাৰণ। তুমি প্রিয়তম পৰম দেৱতা জানিয়া লৈলাে শৰণ ॥ ১৮৭ ১৮৬-৮৭। জমি পুৰুবােৰম পৰমং পুরুষং পৰমানন্দং কামিং। পৱ নৰােমৰ্শনী পমদেৱতাং বলে। পা ১r || শতকছি। তেৱেসেৱে ৰা।