পৃষ্ঠা:Kirtan Ghosha.pdf/৭৪৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


যোবা ১৯১] নমস্কাৰ কৃষ্ণ কৃপাময় ভজিলল তোহ্মাৰ পাৰে। তেশ্বৰ ৰণ- পঙ্কত মন মজোক মোৰ স্বভাবে॥ ১৮৮ জয় জয় ৰাম জগত-কাৰণ জগতজীৱন স্বামী। পৰম দেৱত জানিয়া তোহ্মাৰ চৰণে ভজিলো আমি। ১৮৯ অনাদি অনন্ত হে ভগৱন্তু ভজো কৰি প্ৰণিপাত। মুকুতিৰসকো তেজি মহাজনে শৰণ লৱে তেত॥ ১৯ নমস্কৰ নমো কৃষ্ণদেৱ পাপী বুলি কেৱ মোক মোৰ নোবোলয়। পতিত-পাবন জানিয়া তোহ্মাত আপুনি গৈলো বিক্ৰয়। ১৯১

  • ১ || কোসুৰক।