পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ঘােষা ৯ ] মহিমা এক ক্ষণমানে মাত্র কেৱল সাধুৰ সঙ্গে হােৱে নাৰ ভর শুৰিবাৰ ॥৮৭ হৰি-কীৰ্ত্তনৰ মহা- আনন্দ-সুখ আশে কতাে কতাে সৱ মহাজনে। মুকুতি-শখকো তেজি হজনৰ খোজে অতি কৃষ্ণৰ চৰণে ॥ ৮৮ কিন্তু ইটো মহাধর্ম মাধৱৰ জন্ম-কর্ম বেদে যাৰ নজানে মহিমা। হৰি-নাম-কীৰ্ত্তৰত মিলে মােক আদি যত কীৰ্ত্ত-সুখৰ নাহি সীমা ॥ ৮৯ মধুৰৰে সুমধুৰ হৰিৰ কীর্তন মঙ্গলৰ পৰম মঙ্গল। এতেকেসে মুকুতিকে। তেজি হৰি-গুণ গায়া ফুৰে মহা মহস্তসকল। ৯০ ৮৭। ইচ্ছসি চে গুয়েভলং কুৰু সততং সৎসাশােসজং। আপপি সনসঙ্গতিৰে ভৱতি গুৱাৰ্ণৱতৰণে নৌকা মােহ-মুগৰ (ভক্তি-ত্বাক) ৮৮। কথামৃতপাথােধে বিহন্তো মহামুদ। কুৱন্তি কৃত্তিনঃ কেচিচ্চতুৱ গং ভূলােপম। -থামী, ভাগৱার্থীপিকা, ১৭, পা । কিন্তু হটা-কীৰ্ত্তনহাে।