পৃষ্ঠা:Kirtan Ghosha.pdf/৭২৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মাগাে যােব ১ পৰম নিপুণসৱ- বুলিয়া শাস্ত্ৰৰ গুৰ হৰি-পদ-পঙ্কজে ভজিয়া। হৰি-কীৰ্ত্তনৰ মহা- নিৰ্ভৰ আনন্দে মক্তি থাকে সুখে মুকুতি তেজিয়া ॥ ৯১ গােৱিন্দৰ নাম-গুণ কীৰ্তন কৰন্তে জানা কিঞ্চিতেকো নাহিকে প্রয়াস। নিজ-গুণ-লুব্ধ হৰি কীৰ্তন কৰন্তে আসি হৃদয়তে হােৱন্তু প্রকাশ। ৯২ যিসৱ চতুৰ নৰে মাধৱৰ নাম-গুণ কীৰ্তন কৰস্তু সাৱধানে। দেৱৰৰ দেৱতা হৰি তাহাৰ হৃদয় এৰি যাইবাক নপাৰা আন থানে। ৯৩ যিটো দেৱ ভগৱন্ত বেদে যাক নানঃ তেন্তে নিজ কীৰ্ত্তনত বশ্য । জানি মাধৱৰ নাম কীৰ্তন কৰিয়াে সদা ইটো সৱে শাস্ত্ৰৰ ৰহস্য । ৯৪ ৯২। প্রগতি,বীর্যাণি তীর্থপাদপ্রিয়প্রৱাঃ। আহূত ইৱ মে দী দর্শনং বাতি চেতসি। যে ও ত্বদীয়পাথুজকোশগ জিষ্টি ফর্ণৱিম্বৰ ঐতিৱাতনীতং। ত্যক্ত গৃহীৰপৰয়া চ তেষাং নাপৈৰি নাথ, দয়াৰুহাৎ পুষ। ৯১. নির্ভ-নির্ভর। ১৩। শাহজাহান। একা।