পৃষ্ঠা:Kirtan Ghosha.pdf/৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন ৪ ] অজামিলেপাখ্যান ১১ আন ধৰ্ম্ম এড়ি হৰি-নাম স্মৰি সুখে পাত্তে যেন গতি। অনেক প্ৰবন্ধে সমস্ত ধাৰ্মিকে নপাৰে তাক সম্প্ৰতি। সদায় কৃষ্ণক স্মৰিয়ো ক্ষণিকে নোসৰিবহা নৰ। যত মহাপাপ যত মহাপুণ্য ইদুইৰ সৰে কিঙ্কৰ। ৩৪ দোষৰ নিদান কলিযুগ আত এক মহা গুণ আছে। কেৱল কীৰ্ত্তনে সংসাৰৰ বন্ধ এড়াই মোক্ষ পাৱে পাছে। হৰিৰ মেসে নামেসে নামেসে জীৱন আৱে আমাৰ কলিযুগে আন নাই গতি নাই নাই জানা সাৰে সাৰ। ৩৫ -আউৰ বেদাগম বিস্তৰ শাস্ত্ৰত নাহি কিছু প্ৰয়োজন। ধৰ্মক আশায়ে কি কাৰ্যে কাগমন : অনেক তীৰ্থক