এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
কীৰ্তন-যোকা
[met
যদি অভিলাষ
কৰা সৰ্বজন
আপোন মোক্ষ-কাৰণ।
গগাবিন্দ গোৱিন্দ বুলিয়া বেকতে
কৰিয়ো হৰি-কীৰ্ত্তন॥ ৩৬
ইটো হৰি-নামে লোকৰ যতেক
পাতক নিৰ্যাণ কৰে।
ততে পাতক
প্ৰবন্ধে কৰিবে
নৱাৰে পাতকী নৰে।
ব্ৰহ্মচাৰী গৃহ-
বাসী বনবাসী
সন্ন্যাসী যতেক যতি।
হৰিৰ কীৰ্ত্তন
এড়ি কেহো নৰে
নপাৰে পৰম গতি। ৩৭
সূৰ্যগ্ৰহণ
এক কোটি ধেনু
ব্ৰাহ্মণক দেয় দান।
প্ৰয়াগ গঙ্গাৰ
জলত নিৱাস
| কৰে দশ কামান।
অযুতেক যজ্ঞ
সুৱক দেয় দান।
একাত গো
গোৱিন্দনামৰ
ৰেগুৰৰ মুহি সমান॥ ৩৮