পৃষ্ঠা:Kirtan Ghosha.pdf/৭৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্তন-যোকা [met যদি অভিলাষ কৰা সৰ্বজন আপোন মোক্ষ-কাৰণ। গগাবিন্দ গোৱিন্দ বুলিয়া বেকতে কৰিয়ো হৰি-কীৰ্ত্তন॥ ৩৬ ইটো হৰি-নামে লোকৰ যতেক পাতক নিৰ্যাণ কৰে। ততে পাতক প্ৰবন্ধে কৰিবে নৱাৰে পাতকী নৰে। ব্ৰহ্মচাৰী গৃহ- বাসী বনবাসী সন্ন্যাসী যতেক যতি। হৰিৰ কীৰ্ত্তন এড়ি কেহো নৰে নপাৰে পৰম গতি। ৩৭ সূৰ্যগ্ৰহণ এক কোটি ধেনু ব্ৰাহ্মণক দেয় দান। প্ৰয়াগ গঙ্গাৰ জলত নিৱাস | কৰে দশ কামান। অযুতেক যজ্ঞ সুৱক দেয় দান। একাত গো গোৱিন্দনামৰ ৰেগুৰৰ মুহি সমান॥ ৩৮