পৃষ্ঠা:Kirtan Ghosha.pdf/৭০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


খােবা ১৫.] উপদেশ কমললােচন যিটো সুমৰে গমেসে শুদ্ধ বাহিৰে-ভিতৰে হােৱে কায়া ১২ সেহিসে চতুৰ যিটো পুণ্যৰ নিদান-ভূত নাৰায়ণ-নামক উচ্চৰে। অচতুর সিসি আতি পাপৰ নিদান-ভূত নামে অর্থবাদ যিটো কৰে। ১৩ মহেশে বেলন্ত মােৰ ৰকাৰাদি নাম শুনি পৰম প্রসন্ন হােৱে মন! শুনিয়াে পাৰ্বতী মঞি মনত শকা বলে ৰাম বুলিবেক ইটো জন। ১৪ কর্ণ-পথে ভকতৰ হিয়াত প্ৰৱেশি হৰি দুৰ্বাসনা হৰা সময়। জলৰ যতেক মল যেহেন শৰত-কাণে স্বভাৱতে নির্মল কয় ৷৷ ১৫ ১২। অপল্পিঃ পৱিত্রা হ্র সৱৱস্থাং গতােহপি ৱা। সঃ অনেৎ পুণ্ডৰীকাক্ষং স বাহাভ্যন্তুৰ শুচি। —ভৱিষ্য-পুৰাণ (?) ১৩। অহ হি লেকে চতুৰাৰে যে পুণ্যস্থ পাস্ত নিদালতে। উচ্চাৰণদেৱ মুনীমুখ্য নাম্বািেত তথার্থ। —হাৰদীয়-পুৰাণ, ১.৬ ১৪। বাৰাণীলি নামানি শৃতো মৰ পাৱ ছি। মন প্রমেতি মিলাখাতিমা। ১৫। প্রৱিষ্ট কর্ণণে আনাং ভাৱসৰােহ। ধুলাতি শমলং কৃষ্ণঃ সলিলস্য শৰং। —জাগৱ-পুৰাণ, ২.

  • >8

-1