পৃষ্ঠা:Kirtan Ghosha.pdf/৭০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীনে ৩] অজামিলোপাখ্যান সংসাৰ-দুল্লভ হেন হৰি-নাম হেলাতে কতো নলৱে। ২৯ হৰিৰ নামৰ গোপ্য মহিমাক পূৰ্বতে অগস্তি ঋষি। মলয়া গিৰিত বিষ্ণুক অৰ্চন্তে কহিলা মোত হৰিবি। নাহি কাল দেশ নিয়ম ইহাত অশৌচতে নাহি দোষ। শয়নে ভোজনে সদা হৰি বোলা এড়িয়া আন আক্ৰোশ ৩০ প্ৰয়াগ সেতুক হৰি হেন ইটো দুইগুটি অক্ষৰ জিহ্বা-অগ্ৰে থাকে যাৰ। গঙ্গা গয়া: কাশী যাইবাক লাগে তাৰ। ভণিলা শঙ্কৰে এড়া সৱ আন কাম। আল জাল এড়ি পাপক সংহৰি ডাকি বোলা ৰাম ৰাম ৩১