পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


5 কীৰ্তনঘোবা শুক নিগতি শুনা কুৰুপতি কহিলো পৰম সাৰ। হৰিনাম বিনা পাপসাগৰত কাহাৰৰ নাহি নিস্তাৰ। ২৭ মহাযোগীজনন ব্ৰহ্ম চিন্তে যদি হৰিৰ নাম নলৱে। সিও ভ্ৰষ্ট হুয়া সংসাৰত পড়ে চাৰি বেদে হেন কৰে। ধৰ্ম্ম অৰ্থ কাম যিটো অভিলাষে যি চাৰে মোৰ পথ। সিও হৰি-নাম কীৰ্তন কৰিসি পাৰে সৰ মনোৰথ। ২৮ নামৰ মহিমা নজানি ঋবিয়ে আন প্ৰায়চিত্ত বিহে। নজানিয়া বৈদ্যে আন, ঔষধক দিয়ে। জগতৰে মোক্ষ হৈবেক বুলিয়া জানিয়া ইটো নকৰে। মৃত্যু-সঞ্জীৱনী পা ২৯ বিহে-বিয়ে