পৃষ্ঠা:Kirtan Ghosha.pdf/৬৯১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােব। সই এড়িৰ অৰে একো নুবুলিলা। এতেকে ৰুক্মিণী মোক ভুমিলে জিনিলা । ১ না সভা ভাগৱত আন এৰি। প্রেম-ভকতি তুষ্ট ভৈলা দেৱ হৰি। মিছা গৃহবন্দীশালে পড়িয়া নম্বৰা। মাধৱ প্রেম-ভক্তি কৰি সুখে তৰা ৪২ হেন জানি এৰা গৱে ভাষ-দুধ কাম। পাক চাভোক ডাকি বােলা ৰাম ৰাম । কমিণীৰ প্ৰেকহ সমাপ্ত।