পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তনঘােবা" এহি বুলি কেশ মেলি চৰণ বুচিলা । চাৰি হাত মেলি হৰি আখালি বুলিল কৰ বিৰুৰে কহে শঙ্কৰে প্রলাপ। হৰি হৰি বুলি তৰা সংসাৰৰ তাপ # ৩

.: চতুর্থ কীৰ্ত্তন যৰাি। বাবৱৰ অহয় চৰণে। সত্যে সত্যে পশিলা ধৰণে ৪ পদ মাধৱ বাতি লা সাধু মালতী। যতেক বুলিল মানে স্বৰূপ মুগুতি। এহি তযু বচন শুনিবে অভিলাষ। এতেকে তোমাক কৰিলেহে পৰিহাল ॥ ৩২ একান্ত ভকত তুমি নিয়ে কল্যাণ। যেন বেন কাৰ মােত বাছিলা আপুনি ? ফলে তােত আছে নাহিকে সংশয়। কিন্তু মােঞ্চ-হেতু হৈবা বুলিলে নিশ্চয় ৩৫ তােমাৰ খাৰীত প্রেম জানিলাে আপুনি। আৰে তৰু নাম পতিব্রতা আছে বাণী । এতেকে বচনে. তবু জলিলাে মনক। ভে মােক তেজি মন নগৈল আনক ৩০ ধ ধস্ত কণিী তুমিলি পতিব্রতা। পৰ সুন্দৰী সৰ্ব্ব জুণে অনিন্দিতা