পৃষ্ঠা:Kirtan Ghosha.pdf/৬৮৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কৰি ফেলহ 95 আবো এই নকৰৰ লোকৰ সদাচাৰ। নাৰীত বিস্তৃৰ মোৰ নাহিকে আদৰ। সিলৱৰ আচাৰ হবুজে একোজন। শ্ৰীৰ পৰাধীন নোহ যিটো নগণ॥ তাহা তুলিলে দুখ পাৱে নাৰীগণে। মই লেহিম খৰিলাহা কোণ গুণে। এতেকে ৰুক্মিণী মূৰ্ণিল চিৰকাল। বিশেষ সুবুজি বিচাৰিলা গুণ ভাল। পৰ্ব-গুণ-হীম মোক বলি সুন্দৰী। তোমাৰ সমান মই হৈবে কেন কৰি। ৬ কি কৰি বুৰা আগপাছ মুগুণিলা। পিতৃ মাতৃ ভ্ৰাতৃৰ বচন শুনিলা॥ প্ৰলয়-জলৰ বাট-পথ নাহি ভালে। আমি স্বামী তৈলে সুখ নাহি কোনো কালে। তোৰ ভাই কল্প পিপাল দাস। শিশৱাৰ মদ-গৰ্ব কৰিাৰ অন্তু। . সিকাৰণে ৰুক্মিণী আনিলো তোক হৰি। যৈকে ইচ্ছা ভূমি তৈকে যোৱা শীঘ্ৰ কৰি৮ দিলোহো বিদায় তুমি যথা লাগে যৱা। তোমাৰ সদৃশ বৰ বিচাৰিয়া ৱা। বিদায় দিবাৰ হেন নিলা ৰুক্মিণী। বিমুচ্ছিত হুয়া ঢলি পৰিল ধৰণী। ৯ লোকৰ জালত প্ৰশ্ন তৈল কলেৱৰ। ৰ পৰিল খসি ত যে চামৰ SU ।