পৃষ্ঠা:Kirtan Ghosha.pdf/৬৭২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


$149 ] ঘুচা-কীর্তন খৰ ছাড়ি দিয়ন্তোক দৌল লাগি যাওঁ। ঘোৰ বেঞ্জ বৃষ্টি বাতে বৰ দুখ পাওঁ ৷ ১৪৭ পৰিচাৰ বাক্য হেন শুনি লক্ষ্মী মারে। গালে হাত দিয়া বলিলন্ত লজ্জা-ভাৱে। কিননা মই মন্দ নাৰী বােলাইলাে জগতে। ৰাৱাৰ গুণে দুঃখ পাইল জেঠালতে। ১৪৮ মই আজি লজ্জা পাইলো বাদৰ গুণে। জেঠালেতে মােক ভাল বুলিবে মনে। যি হৌক সি হৌক পাহে দ্বাৰ দিয়াে মেলি। বলােত জনাইল ফণা কৰি কৃতাঞ্জলি। ১৪৯, তােক বাইক আৰ দিল লক্ষ্মী শার। শুনি বলভদ্র তৈল আনন্দিত-ভাৱ ॥ তাৱক্ষণে বল গৈলা অভ্যন্তৰে । থাকিল বলভদ্ৰ আপুনাৰ ঘৰে । ১৫০ বলভদ্র কথা আৱে এহি মানে খও। না আতপৰে কথা যেন ঠান কওঁ । অনন্তৰে মনে বিমৰিষি যদুবায়। পুনৰপি পৰিচাক দিল পঠাই। ১৫১ শীঘ্র বেগে পাখা গৈয়া দুৱা অৱনত। কপুট কৰি কহে লক্ষ্মীৰ আগত । ১। পায়ে ঘৰ নিলা খেলি।—ৰ বেলি দিয়ে যাই। আসক জোল তে আপােনাৰ ঠাই। তাৱশে পচিারে বাৰ দিনা বেলি।