পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােখা [ পৰিশিষ্ট কতাে অভ্যন্তৰে চলিয়া যায়। কৃষ্ণৰ আগত বার্তা জনায়। ৬ নমাে জগন্নাথ জগত-পতি। নিয়ে কার্য ভৈল বিসতি। জােনাক খেদি আই লক্ষ্মী মারে। ঘৰত আছে অতি ক্রোধভাৱে। এই লক্ষ্মী কটকে লােৰে অপাৰ। সকলে নগৰ ভৈল উজাৰ । পলাইক প্ৰজা নপাৱে ঠাই । কিমতে ৰক্ষা কৰা যায় ॥ ৬৬ হেন শুনি পাছে ঘুচা নাৰী। কৃষ্ণক মাতে নম্র ভাৱ কৰি । নমাে জগন্নাথ জগঞ্জ-বাপ। ভক্তৰ দুৰি হৰা তিনি তাপ ৬ শুনিয়াে কমল-লোচন হৰি। তাহা আমি আগে আছে ডৰি। জানাে লক্ষ্মী আলি দৌল লােমাই। তা ভয়ে মােৰ ধাতু উড়ায় ৬৮ শমীরে পাইলে কি ৰাখিবে মেক। যাবে ধৰি হৱাইবে লােক । সহে নগৰী কৰিল । পলাইল সৱে নৰ-নাৰীগণ। ৯ এবােধি লক্ষ্মীক দিয়াে পঠাই। ঐক লাগি যেন নামে দুনাই । .