পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


৪১ ঘুচা-কীর্তন শুনিয়া কৃষ্ণে চপড়াইলা মাথ। মাতিকে শৈলা প্রভু জগন্নাথ ॥ ৭০ মাধৱে বােলে পৰিচাক বড়। লক্ষ্মীৰ পাৰক যাহা সত্বৰ আমাৰ বচনে যাউক বাই। কিসক লক্ষ্মী আসে কোপে ধাই॥ ৭১ সমস্ত বস্তু থৈয়া আইলে ঘৰে। আসিয়া আছে ঐ একলৰে। লুড়ি ছিন্ন কৰে কিয় নগৰ। কালি প্রাতে মই যাইবে ঘৰ । ৭২ মােহােক গহি কোপ পৰিহৰি। দৌলক লাগি লক্ষ্মী যাউক বাহুৰি। শুনিয়া পৰিচা গৈল বজাই । শীৰ আগত মাতে বিনাই৷ নিয়ে গৱে জগন্নাথ-লীলা। ৰাম কৃষ্ণ বুলি বৈকুণ্ঠে চলা। ৭৩