পৃষ্ঠা:Kirtan Ghosha.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ২3 অজামিলোপাখ্যান tie + শুনা দূতগণ সিটো অজামিলে বুলিলে মাত্ৰ আইস পুত্ৰ নাৰায়ণ। এতেকতে আসি কাটিয়া লৈলেক ত্যু আজ্ঞা কৰি ছম। আমাৰ পৰয়া কাটিয়া লৈবেক কৈত অধিকাৰী আছে। হেন শুনি যমে বিষ্ণুক স্মৰিয়া দূতক মাতিলা পাছে। ১৬ প্ৰভু নাৰায়ণ আছস্ত জগতস্বামী। তাহান আজ্ঞাক শিৰত ধৰিয়া প্ৰজাক নিয়মমা আমি সদায় ভ্ৰময় বৈষ্ণৱক ৰক্ষা কৰি। মাধৱৰ বেশ- ভূষণে ভূবিত হাতে চাৰি অস্ত্ৰ ধৰি। ১৭ দেৱ ঋষি নৰ সিদ্ধ বিদ্যাধৰ অমৰ চাৰণগণে। হৰিৰ নামৰ গোপ্য মহিমাক তেলম্বো কেহহ জানে। তানে দূতচয়