পৃষ্ঠা:Kirtan Ghosha.pdf/৬৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8 কীৰ্তন-ঘোষা কপিল কুমাৰ ব্ৰহ্মা হৰ মনু শুক ভীষ্ম বলিৰায়। প্ৰাদ নাৰদ জনক আমিসি বাহুজন সমুদায়॥ ১৮ পৰম গুপুত হৰি-নাম-ধৰ্ম্ম জানি আছে শুদ্ধভাৱে। যাক আচৰিলে থাৱতে বসিয়া দুল্লভ মুকুতি পাৱে। হৰিত ভকতি কৰে সৰ্ব্বদায় কৰিয়া কীৰ্ত্তন-কৰ্ম্ম। মনুষ্য-লোত এহিমানে মাত্ৰ পুৰুষৰ শ্ৰেষ্ঠ ধৰ্ম। ১৯ হৰিনাম-ধৰ্ম্ম স্মৰণ-মহিমা দেখিয়ো দূত সম্প্ৰতি। পাপী অজামিলে নাৰায়ণ বুলি পাইলে কেন সদগতি। যিটো জ্ঞানীগণে ফুৰে হৰি নাম গায়। কুল উদ্ধাৰিল। আপুনো তৰিল এড়াইল আমাৰ দায়॥ ২০ হে বিৰিষি