পৃষ্ঠা:Kirtan Ghosha.pdf/৬৩

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন-ঘোষ [ ও ৫ যেন মহৌষধি শুনি দূতচয় নজানি ভুঞ্জিলে তাৰে গৰ্ভ-ৰোগ হৰে। ১৩ প্ৰভুৰ নামৰ অনন্ত মহিমা কতেক কহিবো আমি। হেন হৰিনাম লৈলেও বান্ধস কিননা তোৰা অধোগামী। ব্ৰাহ্মণক: এড়ি জীৱ ৰক্ষা কৰি সত্বৰে ঐৰ অন্তৰ। হুয়া মহা ভয় পশিয়া যমনগৰ। ১৪ নাৰায়ণ-নাম বুলিবাৰ পদে নিস্তৰিল অজামিল। বিষ্ণুক চিত্তিয়া চতুৰ্ভুজ ৰূপে বৈকুণ্ঠত আৰোহিল। যমৰ আগত দুঃখ-সাক্ষী দেয় কান্দি। কৈৰ চাৰি সিদ্ধে আসি কাঢ়ি লৈলে। পাপীক, আনন্তে বান্ধি। ১৫ পাছে দূতগণে পা ১৫ | পদে-ফলে