পৃষ্ঠা:Kirtan Ghosha.pdf/৬২৮

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ভাগৱতৰ তাৎপর্য দোৰৰ সাগৰ কলি আত হৰি-নাম লৈলি ধৰ্ম্ম অর্থ পাৱে মােক্ষ কাম। সমস্তকে দায়াতৰে আৰে দেৱ দামােদৰে। বিদিত কৰিলা হৰি-নাম ॥ ২ & তন্ত্র য যত তপ তীর্থ কোটি শত হৰি-নাম অধিক সৱাতে। ফিনাে ভাগ্য কিনাে ভাগ্য হেন হৰি-নাম লাগ পাইলে লােক মুকুত সাক্ষাতে। যিটো নাম নেড়ে মুখে পাইলে মােক্ষ মহাসুখে জানা কৃষ্ণ তুষ্ট ভৈলা তাৰ । গুৰু ভৈলা জগতৰে কৰিলেক সিটো নৰে কোটি কোটি পুৰুষ উদ্ধাৰ। ৩ পাতক শুখান বন হৰি-নাম হুতাশন ক্ষেণেকতে দহি কৰে ছন্ন। হেন নাম 'প্ৰচাৰিলা পাতকীক নিস্তাৰিলা পৰম কৃপালু নাৰায়ণ । দেৱৰৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈয়াে একশৰণ সাক্ষাত। পা ৩ লােক কুকু-লােক সুখতে, লাগ. সুখতে, লােকে কুত।