পৃষ্ঠা:Kirtan Ghosha.pdf/৬২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীন ২] জামিলোপাখ্যান আন প্ৰায়চিত্তে পৱিত্ৰ কৰিবে ' নৱাৰে তাৰ সমান॥ যিটো পাতকৰ প্ৰায়শ্চিত্ত কৰে | দুনাই তাতে মন মজে। চিত্তৰ শোধনে | হৰিৰ কীৰ্ত্তনে | পাপৰ আলু উঞ্জে ১১ পুত্ৰ-নাম ধৰি | উপহাস্য কৰি | হেলাত যি বোলে হৰি। তাহাৰৰ সমস্ত পাতক হতে জানা আক নিষ্ঠ কৰি। পৰে বা পিছলে সৰ্পে বা দংশয় জ্বৰে তাপে পীড়া কৰে। এতেকতে যদি | ' হৰি-নাম লৰে | যম-যাতনাকো তৰে॥ ১২ হৰিনামে সৱ' পতিক দহৱে ' ' জ্ঞানে বা অজ্ঞানে বোলে। যেন হুতাশনে শুখান কাষ্ঠক

আতি অপ্ৰয়াসে পোলে।

প্ৰমাদত থাকি। যিটো হৰি বোলে সিও সৱ দুঃখ তৰে।