পৃষ্ঠা:Kirtan Ghosha.pdf/৬১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


ইত্তিলযো { ও ৫ ব্ৰহ্ম-বধ পিতৃ- বধ সুৰাপান অগম্যাগমন কৰে। গৰু তিৰী মাৰে সুৱক হবে মিত্ৰৰ দ্ৰোহ আচৰে। ৯ সংসাৰৰ যত আনো অসংখ্যাত আছে মহাপাপীগণ। সৱাৰৰ এহিসে। মুখ্য প্ৰায়চিত্ত হৰিৰ নাম-কীৰ্ত্তন। মাধৱৰৰ মতি হোৱে তাক প্ৰতি | যি ফুৰে নাম সুমৰি। ইটো মোৰ দাস নছাড়ন্ত পাশ | ৰাখিয়া ফুৰন্ত হৰি। ১০। | দ্বিতীয় কীৰ্তন ঘোষা। ৰিয়া নিয়োক নাথ নাৰায়ণ . চৰণে শৰণ লৈলো। তোমাৰ ভকতি নকৰি কপাল। জনম বিফল কৈলো॥ ২ পদ॥ হৰিৰ কীৰ্ত্তনে | মহা পাতকক যিমতে কৰে নিৰ্যাণ।