পৃষ্ঠা:Kirtan Ghosha.pdf/৬০৯

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কন-খোৱা দেখে উপবাসে । সিটো নৰে পাৰে তাহাতে অধিক ফল। ১৬৫ পঞ্চ তীর্থ কৰি যিটো: দ্বাদশীত কৃষ্ণ-মুখ দেখে যাই। অপ্রয়াসে সিটো বিষ্ণুপুৰী পাৰে দুনাই পতন নাই। হেন জানি যত্ন জ্যৈষ্ঠৰ যাত্ৰাক কৰিবা সমস্ত নৰে। পঞ্চ তীর্থ কৰি বিষ্ণুক দেখিবা ধৰ্ম্ম নাহি আত পৰে ॥১৬৬ বিদূৰতে থাকি যিটো, প্রতিদিনে কৃষ্ণৰ কীৰ্ত্তন কৰে। আতি অপ্রয়াসে শুদ্ধ হুয়া সিও নৰে । কৃষ্ণৰ যাত্ৰাক কৰে যিটো নৰে পৰম ভকতিভাৰে। সমস্তু পাতক দুৰ কৰি সিও বিষ্ণুৰ পুৰাক পাৱে ॥ ১৬৭ মাধব ধবজ দণ্ডক যি নৰে দেখ দেল-উপৰে। বিষ্ণুপুৰী পাৰে