পৃষ্ঠা:Kirtan Ghosha.pdf/৬০২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


tas কর্তন ১০ উষো-বর্ণন সাজি সুভদ্রা তনু সুবর্ণ গৌৰাঙ্গ। ৰত্নময় অলঙ্কাৰে প্ৰকাশে সর্বাঙ্গ। দিব্য বস্ত্রে আবৃত উন্নত তন দুই। বােলা হৰি লাগােক পাপৰ মুণ্ডে জুই ও ১৩৮ আমােণ কীর্তন ঘােষ কমলাকান্ত কৰা কৃপা করুণা-সাগৰ ॥১৩ পদ। ক্ষেণেকতে সাজিলা প্রতিমা। দেখি ৰাজা পৰম মহিমা ॥ বুলিলাহা বিস্ময়ে বচন। নােহা নৰ তােৰা দুয়ােজন ॥ ১৩৯ কিবা তােৰা দুয়াে সূৰ্য্য শশী। ব্রহ্মা ৰুদ্ৰ কিবা আছ। আসি। নজাননাহাে স্বৰূপ সাক্ষাত। কৈয়ো সত্যে শৰণ তােমাত। ১৪ শুনি বিষ্ণু বুলিলা বচন। নােহাে ব্রহ্মা ৰুদ্ৰ আন জন । মঞি হৰি জগত-ঈশ্বৰ। মােতে আছে যত চৰাচৰ ॥ ১৪১