পৃষ্ঠা:Kirtan Ghosha.pdf/৫৯৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীর্তন-ঘােষা (খও ২৫ পাইলা তীৰ সাগৰৰ। দেখিল তবৰ। নাহি তাৰ নাম জাতি। খুলন্তৰ উচ্চ আতি। ১২৪ মঞ্জাঠিৰ বৰ্ণ-সম। দেখি আতি মনােৰম পড়িয়া জলৰ কাছে। যেন সুখে সুতি আছে। ১২৫ বিষ্ণুৰ বৃক্ষক পাই। আনন্দিত মহাৰায়৷ কৃষ্ণৰ কিঙ্কৰে ভণে। হৰি বােলা সৰ্ব্বজনে॥ ১২৬ দ্বাদশ কীর্তন ঘােষা । ভাই ৰাম কহ বাম কই ৰাম-মন্ত্ৰ সাৰ। তপ জপ যজ্ঞ বােগে সিদ্ধি নাহি আৰ ॥ ১২ পদ। তীক্ষ্ণতৰ পৰশু উচায়া হাত উড়ি। ছেদিলন্ত আনন্দে বৃক্ষৰ আগ-গুড়ি ॥ দুই ফাল কৰিবাক চাহান্তে নৃপতি। আসিলন্ত হৰি বিশ্বকর্মায়ে সহিতি ॥ ১২৭ পা:১২৫। মাঠিৰ—মাঠিৰ, মোঠিৰ ।