পৃষ্ঠা:Kirtan Ghosha.pdf/৫১২

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


a b.). শ্ৰীকৃষ্ণৰ বৈকুণ্ঠপ্রয়াণ আজি এড়াে প্ৰভুৰ চৰণ। এহি বুলি বুড়িলা ক্রন্দন ॥ যদ্যপি জানিলা মহাজ্ঞান। তথাপিতাে ছাড়ে যেন প্রাণ॥ ৬০ ভৈলন্ত বিহ্বল আতি স্নেহে। যাইবাক খােজন্তে হৃদি দহে। কৃষ্ণক এড়িবে নপান্ত। চৰণত পড়িয়া কান্দন্ত ॥ ৬১ হৃদি-তাপ কৰম্ভ উদ্ধরে। লড়া লড়া বােল মাধৰে । কৃষ্ণৰ সুদৃঢ় আজ্ঞা জানি। উঠি আখি মুচি মহামানী ! ৬২ প্ৰভুৰ পাদুকা শিৰে বান্ধি। প্রণামি লড়িলা কান্দি কান্দি। আগক নবাঢ়ে তান ভৰি। কৰ প্ৰণাম পড়ি পড়ি ॥ ৬৩ উঠি যান্ত ভৰি পাঞ্চ ছয়। আৰক পৰম্ভ মহাশয় । পা* ২ জানি--বাণ। ৬; আৰকা-আকি।