পৃষ্ঠা:Kirtan Ghosha.pdf/৫১

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


8. কীৰ্তন-ঘোষা [ 48 হেন বৈকুণ্ঠৰ মাজতে পাছে। উচ্ছিত ৰত্ন-মন্দিৰেক আছে। ৪ বৈদূৰ্য্য তম্ভ স্ফটিকৰ বাৰ। মাণিক কপাট হীৰাৰ দ্বাৰ। কাটিলা জিম্ফীৰি শুৱৰ্ণাৱলী। বিচিত্ৰ মণি-কৰকত-স্থলী॥ ৫ পদ্মৰাগৰত্নে লগাইল চৌতি। কোটী সূৰ্য্য যেন গৃহৰ জৌতি। বিচিত্ৰ চন্দ্ৰাতপ আছে টানি। আঁৰিল মুৰাৰি মুকুতা-মণি॥ ৬ হেন মন্দিৰে ৰত্ন-সিংহাসনে। আছ বসি প্ৰভু নাৰায়ণে॥ চৌপাশে সেৱে পাৰিষদ যত। মৌক্তিক ছত্ৰ ধৰি উপৰত। ৭ ধৱল চামৰে দুইপাশে বিঞ্চে। সঘনে সুৰভি কুসুম সিঙ্কে ৫ চৰণে অনেক ভকতিভাৱে। উপাসন্তু লক্ষী জগতমাৱে ৮ চৈতন্যময় শুদ্ধ ৰূপ ধৰি। পৰম আনন্দে আছস্ত হৰি। •