পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


858 নিবাে। ৪২২ শুনা বুধ জন কেন সুখে আছ বসি। কালে আসি পাইলে চাৱা মনে বিমৰিধি ॥ ই হেন মনুষ্য জন্ম বৃথা যায় আয়ু। কেতিক্ষণে ছুটে জানা ইটো প্রাণ-বায়ু ॥ ১০৮ জানি হৰি-ভকতিত সৱে দিয়া মতি। হৰি-কথা-শ্ৰৱণত দৃঢ় কৰা মতি। কলিত কীৰ্ত্তন বিনে গতি নাহি আৰ। ডাকি হৰি হৰি বােলা তেবেসে নিস্তাৰ ১০৯ কলী-মালা সমা। ২২