পৃষ্ঠা:Kirtan Ghosha.pdf/৪৯৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


মোবিংশ ৩

শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ-প্ৰয়াণ অনিযুধিষ্ঠিৰ-সংবাদ আৰু উদ্ধৱ-বিলাপ সহিত প্ৰখম কীৰ্তন। ঘোষা। মাধৱ পদ্মনাভ ভগৱন্ত। নাৰায়ণ নৰসিং অনন্ত | | পাদ॥ বোল শুকে শুনা পৰীক্ষিত। | এহিমতে কৃষ্ণে বলো সহিত। সমস্ত দৈত্যৰ চিন্তিয়া মাৰ। লীলায়ে হৰিল ভুমিৰ ভাৰ।১ গুণন্ত ব্ৰিজগতপতি পাছে। দুঃসহ মহা যদুবংশ আছে। ত্ৰৈলোক্য-বিজয় একৈক বীৰ। মুগুচিল কিছু ভাৰ ভূমি। ২ যিহেতু সৱাৰ মঞি আশ্ৰয়। কাহাতে হন্তে নাহি পৰাজয়॥