পৃষ্ঠা:Kirtan Ghosha.pdf/৪৭৯

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


80 [e 1 তৃতীয় কীর্তন ঘােষা। ভাৱক ভাই ভ ভাৱস্তু। কৰি হৰিসে দুঃখৰ অন্ত ॥ পদ। নাৰদে পাছে গােকুল আসি। নমিল কৃষ্ণৰ গুণ প্রকাশি কংসে পাঞ্চিলেক আসি অঙ্কুৰ। সন্ধ্যা সময়ত পশি গােপ-পুৰ ৩৩ আকুল হুয়া আতি প্রেমভাৱে। কৃষ্ণ কৃষ্ণ বুলি পড়িলা পাৰে। খুড়া বুলি কৃষ্ণে সাবটি ধৰি। কৰিলা সৎকাৰ আতি সাৰি। ৩৪ কংসৰ শুনিয়া নলে আদেশ। লড়িলা শকটে গােপ নিশে। গােপিকাক ৰাম-কৃষ্ণে আখাসি। সুৱৰ্ণৰ ৰধে চড়িলা আসি ৩৫ অকূৰে সত্বৰে ডাকিলা ৰথ। কালে গােপ চাই কৃষ্ণৰ পথ। মধ্যাহ্ন সন্ধ্যা কৰিবাক প্রতি। মজিলা যমুনাত দানপতি। ৩৬