পৃষ্ঠা:Kirtan Ghosha.pdf/৪১৭

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


diensten শুনিয়া নাৰ বিস্ময় তৈলা। তৈৰ উঠি আউৰ গৃহক গৈলা ॥ ৩০ দেখম্ভে ঋষি তৈত যদুৰায়। আছ বসি শিশু উমলাই। দেখিতে পাছে আৰ গৃহ পশি। মানত উদ্যমে আছ বসি। ৩১ চতুর্থ কীর্তন যােবা । ত্রাহি সংশিয় শাঙ্গপাণি ৪ পদ। আউৰ ঘৰে গৈয়া দেখ ঋবি। কৰন্ত গােৱিন্দে হােম হৰিবি । ব্ৰহ্ম ভােজ দেত্ত কতাে গৃহত। ভুঞ্জন্ত আনি অৱশেষ যত৷ ৩২ কতাে গৃহে আছ সন্ধ্যা উপাসি। গায়ত্রী জপা মৌন হুয়া বসি। ছাড় খাঞ্জা-বাৰু কতাে ধৰে। কতোহাে ফুৰ ৰথ উপৰে । ৩৩ ঘােড় লড়ান্ত কতত প্রবন্ধে। ফুৰন্তু কৃষ্ণ কতাে কুন্তী-কন্ধে। +