পৃষ্ঠা:Kirtan Ghosha.pdf/৩৯০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


কীৰ্ত্তন ১] মুচুকুন্দস্তুতি কৃষ্ণৰ কিঙ্কৰে গীত ভণিল শঙ্কৰে। কৃষ্ণৰ কীৰ্ত্তন নছাড়িবা কোন নৰে। পাপ-সাগৰত ইসে কৰিবে উদ্ধাৰ। বোলা হৰি হৰি হোক পুৰুষ উদ্ধাৰ॥ ১১৯ মুচুকুতি সমাপ্ত॥ ১৫ গ।